বাৰে বাৰে গৰম কৰি নাখাব এই খাদ্য!

27Jan 2026

TV9 ASSAM

বহু মানুহে ব্যস্ততাৰ বাবে খাদ্য এবাৰ বনাই আৰু পাছত সেয়া বাৰে বাৰে গৰম কৰি খায়। কিন্তু কিছুমান বস্তু দুবাৰ গৰম কৰি খাব নালাগে। ই বৰবিহ হৈ পৰে।

খাদ্য

ভাত ভালদৰে সংৰক্ষণ নকৰিলে তাত Bacillus Cereus নামৰ এবিধ বেক্টেৰিয়া জমা হয়। বাৰে বাৰে গৰম কৰিলে ইয়াৰ বেয়া পদাৰ্থ নোহোৱা নহয়। যাৰ বাবে ই ক্ষতি কৰিব পাৰে।

ভাত

বইল কণী বা ভজা কণী বাৰে বাৰে বাৰে গৰম কৰি খাব নালাগে। ই ৰবৰৰ দৰে হৈ পৰে। ইয়াত থকা প্ৰটিনে ক্ষতিকাৰক যৌগ গঠন কৰে। যি শৰীৰৰ বাবে বেয়া।

কণী

চিকেনত প্ৰটিনৰ মাত্ৰা অধিক পৰিমাণে থাকে। দ্বিতীয়বাৰ গৰম কৰিলে ই গঠন সলনি কৰিব পাৰে। যাৰ ফলত পাচনৰ লগত জড়িত যিকোনো সমস্যা হ'ব পাৰে।

চিকেন

ৰন্ধা আলু সংৰক্ষণ কৰি ৰাখিলে Clostridium Botulinum নামৰ এক বেক্টেৰিয়া জমা হয়। গতিকে এইবোৰ বাৰে বাৰে গৰম কৰি খাব নালাগে।

আলু

পালেং শাক বা যিকোনো শাক-পাচলি গৰম কৰি খাব নালাগে। পালেং শাকত নাইট্ৰেট থাকে, যি গৰম কৰিলে ক্ষতিকাৰক নাইট্ৰেইনট বা নাইট্ৰোছামিনলৈ পৰিবৰ্তন হ'ব পাৰে।

পালেং

মাশ্বৰুমত প্ৰটিন অধিক পৰিমাণে থাকে। যি গৰম কৰিলে প্ৰটিন নষ্ট হ'ব পাৰে। ইয়াৰ ফলত পাচন তন্ত্ৰ বা পেটৰ লগত জড়িত যিকোনো সমস্যা হ'ব পাৰে।

মাশ্বৰুম

পঢ়িবলৈ ক্লিক কৰক 

খোজকঢ়াৰ উপকাৰ