ঘৰৰ মূল দুৱাৰৰ আগত কি কি ৰাখিব নালাগে?

19 Jan 2026

TV9 ASSAM

মান্যতা অনুসৰি, ঘৰৰ মূল দুৱাৰৰ বিশেষ মান্যতা আছে। কোৱা হয়, মূল দুৱাৰৰ দ্বাৰাই শুভ আৰু অশুভ শক্তি প্ৰৱেশ কৰে। গতিকে মূল দুৱাৰৰ কিছুমান কথা গুৰুত্ব দিয়া দৰকাৰ।

ঘৰৰ  মূল দুৱাৰ

বাস্তু শাস্ত্ৰ মতে, মূল দুৱাৰৰ আগত কিছুমান বস্তু ৰাখিব নালাগে। এনে কৰিলে জীৱনলৈ সমস্যা আহিব পাৰে। ইয়াৰোপৰি আৰ্থিক সংকটে দেখা দিব পাৰে।

বাস্তু

বেয়া পানীৰ টেপ কেতিয়াও মূল দুৱাৰৰ আগত ৰাখিব নালাগে। বেয়া নলৰ পৰা পানী টোপ টোপকৈ পৰি থকা বেয়া। ই মানুহৰ দুৰ্দশাৰ কাৰণ হ'ব পাৰে। বেয়া টেপ থাকিলে ভাল কৰি লওক।

পানীৰ টেপ

লোৰ গজাৰ ফুটোৱা অশুভ। গজালৰ পৰা অগ্নি ভয় থাকে। এনে অৱস্থাত ঘৰত আৰ্থিক সংকট আৰু স্বাস্থ্যজনিত সমস্যা আহিব পাৰে। মূল দুৱাৰত লোৰ গজাল থৈ দিব বা ফুটাব নালাগে।

গজাল

ঘৰৰ মূল দুৱাৰৰ আগত গাত থকা একেবাৰে বেয়া। ইয়াৰ ফলত ঘৰত কাজিয়া, আৰ্থিক সংকট আহিব পাৰে।  যদি ঘৰৰ আগত গাত থাকে তেন্তে সেইবোৰ পুতি পেলাওক।

গাত

ঘৰৰ আগত কেতিয়াও শ্মশান হ'ব নালাগে। বহুতে আত্মীয়ৰ শেষকৃত ঘৰৰ ওচৰত কৰে। কিন্তু মূল দুৱাৰৰ সন্মুখত কৰিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ ঘৰত বৃদ্ধি পাব পাৰে।

শ্মশান

ঘৰৰ আগত কেতিয়াও মদাৰ গছ ৰাখিব নালাগে। ই বেয়া। এনে কৰিলে ঘৰৰ সুখ-শান্তি নোহোৱা হয়। ইয়াৰোপৰি ধনৰ সমস্যা আহিব পাৰে।

মদাৰ গছ

পঢ়িবলৈ ক্লিক কৰক

মৃতকৰ কি বস্তু ব্যৱহাৰ কৰিব নালাগে