প্ৰায়ে বহুলোকৰ ভৰিৰ পেশীবোৰ টানি ধৰে।
13 June 2025
TV9 ASSAM
ভৰিৰ পেশী টানি ধৰা সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে।
কাৰণ
দেহত প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদানৰ অভাৱতো এনে সমস্যাই হ'ব পাৰে।
কাৰণ
এনে সমস্যাই দেখা দিলে জোৰেৰে ভৰিখন চিধা নকৰিব।
নকৰিব
দেহত মেগনেছিয়ামৰ অভাৱ হ'লে, ভৰিৰ পেশী টানি ধৰিব পাৰে।
কাৰণ
পেশীৰ সঠিক কাম-কাজৰ বাবে কেলচিয়াম অত্যন্ত প্ৰয়োজনীয়।
কেলচিয়াম
খাদ্যত অধিক সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।
খাদ্য
বাৰে বাৰে এনে সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰত যাব।
পৰামৰ্শ
চাবলৈ ক্লিক কৰক
বৈবৱৰ নতুন বেট
Learn more