অমিতাৰ কিমান গুণ আছে জানেনে?

6 Nov 2025

TV9 ASSAM

ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস পকা অমিতা চকুৰ বাবে উপকাৰী। 

উপকাৰ

বিটা কেৰটিনেৰে সমৃদ্ধ এই ফল ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উপকাৰ

অমিতাতকৈ অমিতা গছৰ পাত অধিক উপকাৰী ।

অমিতা

অমিতাৰ সেৱনে পেটৰ বিষ, বদহজম আদিৰ দৰে সমস্যা উপশম কৰে।

উপকাৰ

অমিতাই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু দাগ, ব্ৰণ আদি সমস্যাৰ পৰা সকাহ দিয়ে।

অমিতা

কৃমিৰোগৰ বাবেও অমিতা মহৌষধ হিচাপে কাম কৰে। 

অমিতা

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বহুতো গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰে।

উপকাৰ

লগতে পঢ়ক

এয়া বৃক্কত পাথৰ হোৱাৰ লক্ষণ নেকি?