TV9 ASSAM
ভাৰত আৰু ইজৰাইলৰ সম্পৰ্ক মজবুত বুলি ক'ব পাৰি। বহু সংখ্যক ভাৰতীয়ই ইজৰাইলত বাস কৰে। গতিকে ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয় এই লেখাটোত উল্লেখ কৰা হ'ল।
ভাৰতীয় দূতবাসৰ তথ্য অনুসৰি, ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয়ই বাস কৰে। ইয়াৰে বেছি সংখ্যক চোৱা-চিতা কৰা, হিৰা ব্যৱসায়ী, আইটি প্ৰফেশ্যনেল, শিক্ষাৰ্থী আদি।
ইজৰাইলৰ মুদ্ৰাত নই শেকল বুলি কোৱা হয়। ইজৰাইল মুদ্ৰাক লিখিবলৈ ILS কোডৰ ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে, প্ৰতিদেশৰ মুদ্ৰাক লিখিবলৈ সংক্ষিপ্ত শব্দ ব্যৱহাৰ কৰা হয়।
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কম। তথ্য অনুসৰি ভাৰতৰ ১০০ টকা ইজৰাইলত ৪.১৬ নিউ শেকেল হয়। ইজৰাইলে এই মুদ্ৰাৰ আৰম্ভণি ১৯৮৬চনৰ ১ জানুৱাৰীত কৰিছিল।
ইজৰাইলৰ মুদ্ৰাক নিয়ন্ত্ৰণ কৰে বেংক অফ ইজৰাইলে। এই বেংকটোৱে ইজৰাইলৰ মুদ্ৰা প্ৰস্তুতৰ কাম থাকে। উল্লেখ্য যে, প্ৰত্যোক দেশৰ মুদ্ৰা বেংকৰ দ্বাৰা নিয়ন্ত্ৰণ হয়।
দুয়োখন দেশৰ মুদ্ৰাৰ মূল্য চালে ক'ব পাৰি যে ইজৰাইলৰ মুদ্ৰা কিমান শক্তিশালী। উল্লেখ্য যে, প্ৰত্যোক দেশৰ মুদ্ৰাৰ মাজত পাৰ্থক্য থাকে। কিছুমানৰ মূল্য অধিক, কিছুমানৰ কম হয়।
ভাৰতে ইজৰাইলৰ পৰা অস্ত্ৰ-শস্ত্ৰ, মুকুতা. ফাৰ্টিলাইজাৰ, ইলেক্ট্ৰনিক মেছিন আদি ক্ৰয় কৰে। বিপৰীতে ইজৰাইলে ভাৰতৰ পৰা টেক্সটাইল প্ৰডাক্ট. কেমিকেল আৰু মিনিৰল প্ৰডাক্ট ক্ৰয় কৰে।
পঢ়িবলৈ ক্লিক কৰক