দাঁতৰ বেমাৰৰ ক্ষেত্ৰত প্ৰতিৰোধ ব্যৱস্থাই অতি উত্তম। 

25 OCT 2025

TV9 ASSAM

দাঁত ভালদৰে চাফা নকৰিলে এই খাদ্যবস্তুবোৰ দাঁতৰ গুৰিত লাগি থাকি যায়। 

যতন

তেতিয়াই সেইবিলাক পচি দুৰ্গন্ধ ওলায় আৰু বীজাণুৰ দ্বাৰা সংক্রমণ ঘটে।

যতন

দাঁতৰ আলুলৈকে ৰোগ বিয়পি পৰে আৰু ফলস্বৰূপে দাঁতৰ আলু লগে লগে ফুলি উঠে।

যতন

ঘৰুৱা বিভিন্ন উপায়েৰে এই সমস্যা দূৰ কৰিব পাৰোঁ।

যতন

দাঁতৰ আলু ফুলিলে নিমখ আৰু গৰম পানীৰে মুখখন অখালি দিব পাৰে।

যতন

লং তেল কেইটোপালমান বিষোৱা ঠাইত লগালে বিষ দূৰ হয়।

যতন

কিন্তু বেছিকৈ দাঁতৰ আলু ফুলিলে চিকিৎসকৰ সহায় লওক।

নিয়ম

লগতে পঢ়ক

সোণৰ মূল্য একেবাৰে শূন্যলৈ হ্ৰাস পাব নেকি?