দাঁতৰ সমস্যা এক গুৰুতৰ সমস্যা,এই সমস্যাত নোভোগা সকলে হয়টো এয়া উপলব্ধি কৰিব নোৱাৰে।
4 May 2025
TV9 ASSAM
দাঁতৰ বহুতো সমস্যা হয়। ইয়াক অৱজ্ঞা কৰিলে আপোনাৰ বিপদ হ’ব পাৰে।
দাঁতৰ সমস্যা
সঠিকভাৱে দাঁত পৰিষ্কাৰ নকৰাৰ ফলত বিষ সৃষ্টি হ'ব পাৰে ।
বিষ
লঙক দাঁতৰ সুৰক্ষাৰ বাবে যথেষ্ট উপকাৰী বুলি বিবেচনা কৰা হয় ।
লং
দৈনিক তুলসীৰ পাত চুবালেও মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।
নিমখ পানী
নিমখ পানীৰে মুখ ধুলে মুখৰ দুৰ্গন্ধ, দাঁত চফা আৰু ডিঙিৰ সমস্যা নাইকীয়া কৰে ।
নিমখ পানী
নহৰু দাঁতেৰে চোবাওক, বিশেষকৈ বিষ হৈ থকা দাঁতেৰে।
নহৰু
দিনে দুবাৰকৈ দাঁত ব্ৰাচ কৰা উচিত। ইয়াৰ বাবে এডাল নৰম ব্ৰাচ ব্যৱহাৰ কৰা ভাল।
আলু ফুলাৰ সমস্যাত
চাবলৈ ক্লিক কৰক
Crush ৰ সৈতে ডেটিং
Learn more