প্ৰস্ৰাৱৰ সংক্ৰমণ সঘনাই হ'লে কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

29 June 2025

TV9 ASSAM

সাধাৰণতে পুৰুষতকৈ মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি।

সংক্ৰমণ

বাৰে বাৰে সংক্ৰমণ হোৱাটো গুৰুতৰ সমস্যা আৰু ইয়াৰ ফলত বহু সমস্যা হ’ব পাৰে। 

সমস্যা

যদি এনেকুৱা হৈছে তেন্তে বৃক্ক সম্পৰ্কীয় ৰোগৰ আশংকা নিশ্চিতভাৱে থাকে। 

বৃক্কৰ সমস্যা

মহিলাৰ শৰীৰত থকা প্ৰস্ৰাৱ নলী পুৰুষতকৈ সৰু, যাৰ বাবে বেক্টেৰিয়া সহজেই মূত্ৰাশয়ত যায়।

কাৰণ

বাথৰুমৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে পালন নকৰিলেও সংক্ৰমণৰ আশংকা থাকে।

আশংকা

 যৌন সম্পৰ্কৰ সময়ত আৰু পিছত সাৱধানতা অৱলম্বন কৰিব লাগে।

যৌন সম্পৰ্ক

গতিকে সংক্ৰমণৰ কোনো লক্ষণক কেতিয়াও আওকাণ কৰিব নালাগে।

গুৰুত্বপূৰ্ণ

চাবলৈ ক্লিক কৰক 

'তাৰক মেহতা কা উল্টা চচমা' বহু লোকৰে প্ৰিয় অনুষ্ঠান