বাৰে বাৰে মুখত ঘাঁ হ'লে সাৱধান!

21 Sept 2025

TV9 ASSAM

মুখত ঘাঁ কেৱল কামোৰ খোৱাই নহয়, বিভিন্ন ৰোগৰ বাবেও হ'ব পাৰে।

ৰোগ

 ভিটামিন বি ১২, আইৰণ, জিংক, ফলিক এচিডৰ অভাৱত ঘাঁ হয়। 

কাৰণ

ডায়েবেটিছ, ক্ৰ’ন’ছ ডিজিজ, আলচাৰেটিভ কলাইটিছ আদি ৰোগতো মুখৰ ঘাঁৰ হ'ব পাৰে।

কাৰণ

কেতিয়াবা দাঁতবোৰ জিভাৰ কোমল অংশত লাগি লাগি ঘাঁৰ সৃষ্টি হয় ৷ 

কাৰণ

দাঁতৰ বাবে কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

উপায়

কেতিয়াবা এই ঘাঁ বাঢ়ি কৰ্কট ৰোগৰ কাৰণ হৈ পৰে।

সাৱধান

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷ 

মনত ৰাখক

লগতে পঢ়ক

কাইলৈ মহালয়া