দাঁতৰ আটাইতকৈ বেছি সমস্যা সৃষ্টি কৰে এই ৫ বিধ খাদ্যই।
24 June 2025
TV9 ASSAM
প্ৰতিদিনে ব্ৰাচ কৰাৰ লগতে খোৱা খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে।
দাঁতৰ সমস্যা
কিছুমান খাদ্যই লাহে লাহে আমাৰ দাঁতৰ গুড়িবোৰ নষ্ট কৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।
সমস্যা
মিঠা আৰু আঠাজাতীয় খাদ্য খোৱাটো অনুচিত। ই লাহে লাহে দাঁতৰ ক্ষতি কৰে।
মিঠা
বিশেষজ্ঞৰ মতে শীতল পানীয় আৰু এনাৰ্জী ড্ৰিংক বেছি খালে দাঁতৰ ক্ষতি কৰে।
ক্ষতি
যিকোনো পেকেটত থকা ৰস সেৱন কৰিব নালাগে। তাত চেনি বেছি থাকে।
পেকেট জুচ
বহুলোকে বৰফ চোবাই খাই ভাল পায়, কিন্তু এনে কৰিলে দাঁত নষ্ট হয় আৰু ভাঙে।
সমস্যা
নেমু আৰু মৌচুমী বেছিকৈ খাব নালাগে। ই দাঁতৰ এনামেল দুৰ্বল কৰে।
নাখাব
চাবলৈ ক্লিক কৰক
কি হৈছে ইৰাণত?
Learn more