মানি প্লেন্টৰ ওচৰত নিলাজী বন ৰখাটো শুভ নে অশুভ?

15 May 2025

TV9 ASSAM

নিয়ম মতে মানি প্লেণ্ট ৰাখিলে আপোনাৰ বিত্তীয় সংকট দূৰ হ’ব পাৰে!

আৰ্থিক সমস্যা

বাস্তু শাস্ত্ৰৰ মতে ঘৰত মানি প্লেণ্ট ৰাখিলে ধন লাভ হয় বুলি কয়।

বাস্তু

ঘৰত নিলাজী বন আৰু মানি প্লেন্ট থাকিলে ঋণাত্মক শক্তি আঁতৰি যায়।

ঋণাত্মক

বিশ্বাস অনুসৰি নিলাজী বনত শনি আৰু মানি প্লেন্টত লক্ষ্মী বাস কৰে।

বিশ্বাস

ঘৰত মানি প্লান্ট আৰু নিলাজী বন একেলগে ৰাখিলে শুভ।

শুভ

মানি প্লেন্টৰ ওচৰত নিলাজী বন ৰাখিলে ঘৰত সুখ আহে। 

শুভ

সেয়ে বহুতে নিলাজী বনত চাকিও জ্বলায়।

শনিৰ আশীৰ্বাদ

চাবলৈ ক্লিক কৰক 

গ্ৰেপ্তাৰ হব নেকি মন্ত্ৰী বিজয় শ্বাহ?