ঘৰত পোহনীয়া মেকুৰী ৰখাটো শুভ নে অশুভ?
23 May 2025
TV9 ASSAM
জ্যোতিশাস্ত্ৰ, বাস্তুশাস্ত্ৰত পশু-পক্ষীৰ সৈতে জড়িত শুভ-অশুভ সংকেতৰ কথা কোৱা হয়।
শাস্ত্ৰ অনুসৰি
ঘৰত মেকুৰী থাকিলে অশুভ সংকেত বুলি কোৱা হয়।
শুভ নে অশুভ
ঘৰত মেকুৰী থাকিলে ঘৰৰ সদস্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।
বেয়া প্ৰভাৱ
ঘৰত বাৰে বাৰে মেকুৰী আহিলে কোনো সদস্য কম হোৱাৰ সংকেত।
অশুভ
যিখন ঘৰত মেকুৰী থাকে তাত নেচিবাচক প্ৰভাৱ পৰা বুলি কোৱা হয়।
নেতিবাচক
ঘৰত মেকুৰী থাকিলে ইটোৰ পিছত সিটো সমস্যা আহে।
অশুভ
যদি ঘৰত মেকুৰীৰ কাজিয়া লাগে তেন্তে ঘৰত অশান্তি হ'ব।
অশুভ
চাবলৈ ক্লিক কৰক
ৰে'লত সেন্দূৰৰ ৰং
Learn more