আপোনাৰ ওপৰত কোনোবাই বেয়া নজৰ দিছে নেকি?
25 july 2025
TV9 ASSAM
কিছুমান বিশেষ মন্ত্ৰ জপ কৰি নজৰৰ পৰা মুক্তি পাব পাৰে।
নজৰ দূৰ কৰক
পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু কুহুমীয়া পানী সেৱন কৰিব লাগে।
পৰিস্কাৰ
ঘৰত ধূপ-ধুনা আদি জ্বলাই নজৰ দূৰ কৰিব পাৰি বুলিও বিশ্বাস কৰা হয়।
বিশ্বাস
শুকুৰবাৰে ঘৰৰ দুৱাৰত অশোকপাতৰ মালাৰ তোৰণ দিব।
ঘৰৰ নজৰ দূৰ হ'ব
যদি আপোনাৰ ঘৰত কু-প্ৰভাৱ পৰিছে তেন্তে গংগাজল ছটিয়াই দিয়ক।
নজৰ
ইয়াৰ উপৰিও ধূপৰ ধোঁৱাই বেয়া নজৰৰ পৰা আঁতৰাই ৰখাত অতি ফলপ্ৰসূ।
ধোৱা
এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।)
অস্বীকাৰ
চাওক এই লিংকত
NPCI-ৰ ডাঙৰ সিদ্ধান্ত
Learn more