শীতকাল অহাৰ লগে লগে মানুহৰ সমস্যা বাঢ়ে।

15  Nov 2025

TV9 ASSAM

বহুলোকৰ শীতকালত চৰ্দি-জ্বৰ এইবোৰ সমস্যাই দেখা দিযে। কিন্তু ইয়াক কেনেকৈ ঠিক কৰিব?

উপায়

এইবোৰ প্ৰশ্ন প্ৰায় সকলোৰে মনত চলি থাকে। আজি সেই সমস্যাৰ সমাধান দিম!

উপায়

সঘনাই মুখ, নাক, চকু স্পৰ্শ কৰে আৰু হাত পৰিষ্কাৰ নকৰে তেন্তে চৰ্দি হ’ব।

উপায়

যদি আপুনি ঠাণ্ডা সহ্য কৰিব নোৱাৰে তেন্তে শীতল স্থানবোৰত ফুৰিবলৈ নাযাব।

উপায়

বাহিৰলৈ ওলাই যাওঁতে নাক আৰু কাণ গৰম কৰি ৰাখিব লাগে।

উপায়

পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে আৰু ভিৰ থকা ঠাইত বেছি নাথাকিব।

উপায়

কাহ বা হাঁচি হলে মুখখন ৰুমালেৰে ঢাকি দিব লাগে।

উপায়

লগতে পঢ়ক

আজি কণ্ঠশিল্পী নীল আকাশৰ জন্মদিন