পেট বিষ সকলোৰে বাবে অসহ্যকৰ।
15 AUG 2025
TV9 ASSAM
মহিলাৰ পেটৰ তলৰ অংশৰ মৃদু বিষ বা তীব্ৰ বিষ হ’ব পাৰে।
বিষ
এই বিষ পিঠি, উৰু বা কঁকাললৈকে বিয়পিব পাৰে।
বিষ
কেতিয়াবা এপেণ্ডিচাইটিছ, প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI) বা অন্ত্ৰৰ সমস্যাত হয়।
বিষৰ কাৰণ
চিষ্ট, জৰায়ুত ফাইব্ৰইড, পেলভিক ইনফ্লেমেটৰী ডিজিজ হ'লেও বিষ হয়।
বিষৰ কাৰণ
মাহেকীয়া অনিয়মিত আৰু সঘনাই বিষ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
প্ৰতিৰোধ
শৰীৰৰ কোনো ধৰণৰ পৰিৱৰ্তন বা অস্বাভাৱিক স্ৰাৱক আওকাণ নকৰিব।
সাৱধান
মানসিক চাপ কম কৰিবলৈ যোগাসন, ধ্যান বা লঘু ব্যায়াম কৰক।
প্ৰতিৰোধ
জন্মাষ্টমীৰ শুভেচ্ছা
লগতে পঢ়ক
Learn more