বাহিৰৰ খাদ্য খোৱাৰ পিছত পানী সেৱনৰ মন হয়।

21  Nov 2025

TV9 ASSAM

ইয়াৰ আঁৰত আছে বিভিন্ন কাৰণ। আপোনাৰো এই সমস্যা প্ৰায়ে হয় নেকি?

সমস্যা

বাহিৰৰ খাদ্যত মছলা আৰু তেলৰ পৰিমাণ বেছি হোৱাৰ বাবে পাচনতন্ত্ৰত চাপৰ সৃষ্টি হয়।

কাৰণ

যাৰ বাবে পেটত গধুৰতা, গেছ আৰু এচিডিটিৰ অনুভৱ হয়।

কাৰণ

যাৰ বাবে পানীৰ পিয়াহ বাৰে বাৰে অনুভৱ হয়। সেয়ে বাহিৰা খাদ্য খোৱাৰ পূৰ্বে সাৱধান।

কাৰণ

বহু সময়ত বাহিৰৰ খাদ্যত নিমখৰ পৰিমাণ বেছি হয়। ফলত পানীৰ পিয়াহ লাগে।

কাৰণ

কাৰণ শৰীৰে পানীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে।

কাৰণ

তেলীয়া আৰু জ্বলা খাদ্য খোৱাৰ পিছত পেটত গধুৰ অনুভৱ হয় আৰু পানীৰ অনুভৱ হয়।

কাৰণ

লগতে পঢ়ক

বিকিনি পিন্ধা পোষ্টাৰ প্ৰেমিকৰ চুবুৰীত