আজিকালি  মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটিছে।

7  May 2025

TV9 ASSAM

যাৰ বাবে মানুহে শাৰীৰিক ক্ৰিয়া-কলাপ অতি কমকৈ কৰে। 

পৰিৱৰ্তন

আমাৰ বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

ৰোগ

যিসকল লোকে ৮-৯ ঘণ্টা বহি অফিচত কাম কৰে, তেওঁলোক সাৱধান হোৱাটো দৰকাৰ।

সাৱধান

তাড়াসনে কঁকালতে নহয়, আঁঠু, ভৰিৰ আঙুলি আৰু বাহুতো বিষ হয়।

তাড়াসন

ধনুৰাসনে হাত-ভৰিৰ পেশীবোৰ টোনিং আৰু শক্তিশালী কৰাত সহায় কৰে।

ধনুাসন

সদায় খোজ কঢ়া, ঘৰতে কিছুমান ব্যায়ামৰ অভ্যাস কৰিলে বিষ দূৰ হয়।

বিষ

এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিবলৈ নিতৌ এই যোগাসনৰ অভ্যাস কৰিব পাৰে।

আসন

চাবলৈ ক্লিক কৰক 

শিৰত সেন্দুৰ কিয় লয়?