১২ বছৰ বয়ফ্ৰেণ্ডৰ সৈতে একেলগে আছে বলীউডৰ এইগৰাকী অভিনেত্ৰী।

21 June 2025

TV9 ASSAM

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম ডায়েনা।

বলীউড

অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ ডাঙৰ কথা এটা সকলোকে জনায়।

কাৰণ

এটা সাক্ষাৎকাত অভিনেত্ৰী গৰাকীয়ে বয়ফ্ৰেণ্ড হৰ্ষ সাগৰৰ কথা কয়।

হৰ্ষ সাগৰ

১২ বছৰ বিয়া নোহোৱাকৈ একেলগে আছে দুয়োগৰাকী।

প্ৰেম

হৰ্ষ সাগৰ হৈছে এজন হীৰাৰ ব্যৱসায়ী।

ডায়েনাৰ বয়ফ্ৰেণ্ড

অভিনেত্ৰীগৰাকীয়ে কয় আমি দীৰ্ঘদিন ধৰি প্ৰায় স্বামী-স্ত্ৰীৰ দৰে একেলগে আছোঁ।

প্ৰেম

ডায়েনাই কয়, মই মনেৰে বিবাহিত, মাথোঁ কাগজত চহী মাৰিব বাকী আছে।

মন্তব্য

চাবলৈ ক্লিক কৰক 

হুৰাহুৰে কমিল সোণৰ মূল্য!