17 OCT 2025
TV9 ASSAM
১৮ অক্টোবৰত পালন কৰা হ'ব ধনতেৰাচ। এই দিনটোত নতুন বস্তু ক্ৰয় কৰে। এনে কৰিলে সুখ-শান্তি বৃদ্ধি হয় বুলি কয়। ভাৰতীয় সংস্কৃতি তথা পৰম্পৰাত ধনতেৰাচৰ গুৰুত্ব অধিক।
ধনতেৰাচত বহুতে সোণ-ৰূপ, পিতল আদিৰ সামগ্ৰী ক্ৰয় কৰে। ইয়াৰোপৰি এই দিনটোত ঝাড়ু ক্ৰয় কৰাৰ বিশেষ মান্যতা আছে। কোৱা হয় এনে কৰিলে আৰ্থিক উন্নতি হয়।
এইবাৰ ধনতেৰাচ ব্ৰহ্মযোগত হ'ব। জ্যোতিষ শাস্ত্ৰ মতে, এই ব্ৰহ্ম যোগৰ প্ৰভাৱ বিশেষকৈ ৪ টা ৰাশিৰ ওপৰত পৰিব। এই সময়চোৱাত এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি আৰু সফলতা আহিব পাৰে।
এই সময়চোৱাত এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হ'ব। আয়ৰ নতুন বাট মুকলি হ'ব। পাবলগীয়া ধন ঘূৰাই পাব। চাকৰি সলনি কৰিব বিচৰাসকলে ভাল খবৰ লাভ কৰিব। বিনিয়োগৰ বাবে সময়খিনি ভাল।
জ্যোতিষ শাস্ত্ৰ অনুসৰি এই সময়খিনি কন্যা ৰাশিৰ লোকৰ বাবে অতি ভাল। ঘৰ বা নতুন বাহন ক্ৰয় কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব। ভৌতিক সা-সুবিধা বৃদ্ধি পাব।
এই ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু বিত্তীয় দিশত উন্নতি হ'ব। সফলতা আহিব। অৱশ্যে খৰচত নিয়ন্ত্ৰণ ৰখা দৰকাৰ। হাতলৈ ধন আহিব। নতুন পৰিকল্পনাত আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ধন আয় কৰাৰ বাবে নতুন সুযোগ লাভ কৰিব। চাকৰি বা ব্যৱসায়ত হঠাতে লাভ আহিব। প্ৰেমৰ সম্পৰ্কত ভাল। সফলতা লাভ কৰিব। নতুন চাকৰি লাভৰ সম্ভাৱনা আছে।
পঢ়িূলৈ ক্লিক কৰক