TV9 ASSAM
দেৱজিৎ শইকীয়া এজন অধিবক্তা হোৱাৰ লগতে এগৰাকী প্ৰথম শ্ৰেণীৰ প্ৰাক্তন ক্ৰিকেটাৰ। ১৯৬৯ চনৰ ১৯ এপ্ৰিলত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
অসমৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ। ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউঞ্চিল (ICC)ত অসম সন্তান।
এই কৃতিত্বৰ বাবে ছ'চিয়েল মিডিয়াযোগে জয় শ্বাহৰ লগতে তেওঁক সমৰ্থন কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে শইকীয়াই।
চাবলৈ ক্লিক কৰক