কি ভিটামিনৰ অভাৱ হ'লে টোপনি বেছিকৈ লাগে? 

25 AUG 2025

Credits: Getty Images

TV9 ASSAM

কিছুমান লোকে ৭-৮ ঘণ্টা ভালকৈ শোৱাৰ পিছতো টোপনি লাগি থাকে।

টোপনি

ইয়াৰ কাৰণ শৰীৰত ভিটামিনৰ অভাৱ হ'ব পাৰে। জানো আহক...

ভিটামিনৰ অভাৱ 

ভিটামিন B12ৰ অভাৱ হ'লে ভাগৰ, দুৰ্বলতা আৰু বাৰে বাৰে শুবলৈ মন গৈ থাকে।

ভিটামিন B12

ভিটামিন Dৰ অভাৱত শৰীৰটোৱে এলাহ আৰু ভাগৰুৱা অনুভৱ কৰে।

ভিটামিন D

ভিটামিন চিৰ অভাৱত শৰীৰটো অতি সোনকালে ভাগৰুৱা  হৈ পৰে আৰু টোপনি লাগে।

ভিটামিন চি

ইয়াৰ অভাৱত শৰীৰত অক্সিজেনৰ প্ৰভাৱ কম হয়। লগতে ভাগৰ আৰু টোপনি লাগে।

ভিটামিন B9

আইৰণৰ অভাৱত এনিমীয়া হয় আৰু ভাগৰ লাগে। মেগনেছিয়াম অভাৱত  টোপনি লাগে।

আইৰণ আৰু মেগনেছিয়াম

বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? 

চাবলৈ ক্লিক কৰক