কুঁহিয়াৰ ৰস আৰু নাৰিকলৰ পানীৰ উপকাৰিতা

4 may 2025

TV9 ASSAM

Photos Credit Getty images

গৰমৰ দিনত শৰীৰৰ বাবে কুঁহিয়াৰ ৰস আৰু নাৰিকলৰ পানী অতি উপকাৰী । ই শৰীৰক জলসিঞ্চিত কৰি ৰাখে ।

উপকাৰী গুণ

বহুতে নাৰিকলৰ পানী বেছি পছন্দ কৰে, আন কোনোৱে কুঁহিয়াৰ ৰস বেছি পছন্দ কৰে। কোনটো শৰীৰৰ বাবে বেছি উপকাৰী ? 

আপোনাৰ পছন্দ

কুঁহিলাৰ ৰস সম্পূৰ্ণ প্ৰাকৃতিক পানীয়। যিয়ে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে। ই শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

কুঁহিলাৰ ৰস

কুঁহিলাৰ ৰসে যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে। তীব্ৰ গৰমত শৰীৰ শীতল কৰি ৰাখে। হিটষ্ট্ৰ’কৰ সম্ভাৱনা হ্ৰাস কৰে। 

যকৃতক সুস্থ

গ্ৰীষ্মকালত নাৰিকলৰ পানী খালে শৰীৰক জলসিঞ্চিত কৰি ৰাখে । ইয়াৰ উপৰিও ই হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু এচিডিটি হ্ৰাস কৰে।

নাৰিকলৰ পানী

ৰাতিপুৱা খালী পেটত নাৰিকলৰ পানী খালে ওজন নিয়ন্ত্ৰণত সহায়ক হয়, কিয়নো ইয়াত কেলৰি কম থাকে। তদুপৰি ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

ওজন নিয়ন্ত্ৰণ

দ্ৰুত শক্তিৰ প্ৰয়োজন হ’লে কুঁহিয়াৰ ৰস খাব পাৰে। কিন্তু শৰীৰক দীৰ্ঘসময় ধৰি জলসিঞ্চিত কৰি ৰাখিব বিচাৰিলে নাৰিকল পানী অধিক উপকাৰী।

কোনটো বেছি উপকাৰী?

পঢ়িবলৈ ক্লিক কৰক

নেমুৰ পানীৰ উপকাৰিতা