শুকান ছালৰ বাবে নাৰিকল তেল আৰু এলোভেৰা জেলৰ কোনটো উত্তম?

24 June 2025

TV9 ASSAM

যিসকল লোকৰ ছাল শুকান, তেওঁলোকে বহুতো সমস্যাত ভুগে।

ছালৰ যতন

ছালৰ সমস্যা সমাধান কৰিবলৈ বহুতে ছালত এনোভেৰা আৰু নাৰিকল তেল লগায়।

যতন

আপুনি জানেনে শুকান ছালৰ বাবে কোনটো আপোনাৰ বাবে উপকাৰী।

উপকাৰ

নাৰিকল তেল আৰু এলোভেৰাই ছাল হাইড্ৰেট কৰি ৰখাত সহায় কৰে।

উপকাৰ

দিল্লীৰ চিকিৎসক দিপালী ভৰদ্বাজে কয় নাৰিকল তেল আৰু এলোভেৰাৰ কোনটো উত্তম।

উত্তম

প্ৰতিদিনে মুখত নাৰিকল তেল লগালে ব্লেক হেডছ আৰু হোৱাইট হেডছ আঁতৰে।

নাৰিকল তেল

আনহাতে এলোভেৰাই আমাৰ মুখত প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ।

এলোভেৰা

চাবলৈ ক্লিক কৰক 

SBI ৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ