ডালচেনিৰ এনে যাদুকৰী দেহ উপকাৰী গুণৰ কথা জানেনে?

03 Jan 2026

TV9 ASSAM

অনন্য সোৱাদ-সুগন্ধিযুক্ত মছলা হিচাপে ব্যৱহাৰ কৰিলেও ডালচেনিৰ আছে অতি উপকাৰী গুণ। জানো আহক এনে গুণাগুণৰ বিষয়ে।

ডালচেনি

ডালচেনিয়ে তেজৰ ট্ৰাইগ্লিচাৰাইড, কলেষ্টেৰল আৰু শৰ্কৰা হ্ৰাস কৰি হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ সুৰক্ষা

গৱেষণাৰ মতে, ডালচেনিয়ে তেজৰ শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰে আৰু হিম’গ্লবিনৰ উন্নতি ঘটায়।

তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ

ডালচেনিত থকা বীজাণুনাশক গুণে বিভিন্ন ধৰণৰ ভেঁকুৰজনিত সংক্ৰমণৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে।

সংক্ৰমণ প্ৰতিৰোধ

এক অধ্যয়ন অনুসৰি, ডালচেনিত থকা 'চিনামেলডিহাইড'নামৰ উপাদানে কৰ্কট ৰোগৰ কোষ বৃদ্ধি হোৱাত বাধা দিব পাৰে।

কৰ্কট ৰোগ প্ৰতিৰোধ

ইয়াত থকা বিশেষ উপাদানে আলঝেইমাৰ ৰোগৰ লক্ষণসমূহ প্ৰতিৰোধ কৰাত আৰু চিন্তাশক্তি বৃদ্ধিত সহায় কৰিব পাৰে।

আলঝেইমাৰ প্ৰতিৰোধ

পঢ়িবলৈ ক্লিক কৰক 

লিভাৰ সুস্থ কৰি ৰাখে এই ৫টা ফলে, খাওক নিয়মিত