লিভাৰ সুস্থ কৰি ৰাখে এই ৫টা ফলে, খাওক নিয়মিত

02 Jan 2026

TV9 ASSAM

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যকৃৎ বা লিভাৰে দেহ সুস্থ কৰি ৰখা বহু প্ৰয়োজনীয় কাৰ্য সম্পাদন কৰে। কেইবিধমান ফলে লিভাৰ সুস্থ কৰি ৰাখে।

লিভাৰ

আপেলত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। গৱেষণাৰ মতে, যিসকল লোকৰ ‘ফেটি লিভাৰ’ৰ সমস্যা আছে, তেওঁলোকৰ বাবে আপেল অতি উপকাৰী।

আপেল

আঙুৰত উচ্চ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়। ই লিভাৰৰ প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু এই অংগক সুস্থ কৰি ৰাখে।

আঙুৰ

বিভিন্ন প্ৰজাতিৰ জামুত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লিভাৰক যিকোনো ক্ষতিৰ পৰা ৰক্ষা কৰে।

জামু

নাচপতিত প্ৰদাহ নিৰাময়কাৰী গুণ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি লিভাৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

নাচপতি

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি লিভাৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষা দিয়ে।

গ্ৰেপফ্ৰুইট

পঢ়িবলৈ ক্লিক কৰক 

এই ৫টা সহজ উপায়ে নিয়ন্ত্ৰণত ৰাখিব উচ্চ ৰক্তচাপ