হৃদযন্ত্ৰৰ বাবে মদ নে চিগাৰেট বেছি বিপদজনক?

6 May 2025

TV9 ASSAM

Credits: Getty Images

ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্য়া। ইণ্ডিয়ান হাৰ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে প্ৰায় ২৫ লাখ লোকে হৃদৰোগত প্ৰাণ হেৰুৱাইছে।

হৃদৰোগীৰ সংখ্য়া

দেশত মৃত্যু হোৱা সকলো লোকৰ ভিতৰত ২৪.৫ শতাংশ লোক হৃদৰোগত আক্ৰান্ত। বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলী হৃদৰোগ বৃদ্ধিৰ এটা প্ৰধান কাৰণ।

মৃত্যুৰ হাৰ

যদি এজন ব্যক্তিয়ে প্ৰতিদিনে অত্যাধিক মদ আৰু চিগাৰেট খায়, তেন্তে ই হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

অত্যাধিক সেৱন

বিশেষজ্ঞৰ মতে, মদতকৈ চিগাৰেট হৃদযন্ত্ৰৰ বাবে বেছি বিপদজনক । মদে যিমান হৃদযন্ত্ৰক ক্ষতি কৰে, তাতকৈ বেছি ক্ষতি কৰে চিগাৰেটে ।

মদ নে চিগাৰেট

মনত ৰাখিব, চিগাৰেটৰ ধোঁৱা যদি আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, তেন্তে ধূমপান কৰা ব্যক্তিজনৰ সমানে ই আপোনাৰ হৃদযন্ত্ৰক ক্ষতি কৰে ।

চিগাৰেটৰ ধোঁৱা

ধূমপানৰ ফলত হৃদযন্ত্ৰৰ ধমনীবোৰ কঠিন হৈ পৰে, যাৰ ফলত তেজৰ সোঁত কমি যায় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

হাৰ্ট এটেকৰ সম্ভাৱনা

হৃদৰোগত আক্ৰান্তসকলে চিগাৰেট একেবাৰে পৰিহাৰ কৰক । ইয়াৰ ফলত হাৰ্ট এটেক বা হাৰ্ট ফেইলাৰ হোৱাৰ আশংকা থাকে ।

পৰিহাৰ কৰক

পঢ়িবলৈ ক্লিক কৰক

কম বয়সত ধনী হ'বলৈ এই নীতি অনুসৰণ কৰক