তেজত কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ কি কি...

19 July 2025

TV9 ASSAM

আজিকালি বিভিন্নজনৰ মাজত কলেষ্টেৰল বৃদ্ধি হোৱাৰ সমস্যাই দেখা দিছে। বেয়া জীৱনশৈলী বা খাদ্যভাসৰ বাবে মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হয়। যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

কলেষ্টেৰল

বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ ফলত হাৰ্ট এটেক, কোৰেনৰী আৰ্টৰী ডিজিজ, ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেচাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

বেয়া কি 

বেয়া কলেষ্টেৰল বৃদ্ধি পালে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াক আওকান কৰা উচিত নহয়। গতিকে ইয়াৰ সময়মতে চিনাক্ত কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

লক্ষণ

ডাঃ অজিত জৈনে কয় যে, শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ বাবে বুকুত বিষ বা ওজনৰ দৰে অনুভৱ হয়। যেতিয়া শিৰাত ফেট জমা হয় তেতিয়া এনে হয়। ই বেয়া কলেষ্টেৰল বৃদ্ধিৰ ইংগিত হ'ব পাৰে।

বুকুত বিষ

কলেষ্টেৰল বৃদ্ধি হোৱাৰ ফলত হৃদযন্ত্ৰত হেঁচা পৰে, যাৰ ফলত তেজৰ সঞ্চালন প্ৰভাৱিত হয়। ইয়াৰ ফলত উশাহ-নিশাহত কষ্ট হয়। বিশেষকৈ নিশা এই সমস্যা অধিক হোৱা দেখা যায়।

উশাহত কষ্ট

কলেষ্টেৰল বৃদ্ধি হোৱাৰ ফলত চকুৰ আশে-পাশে হালধীয়া দাগ পৰা দেখা যায়। কেতিয়াবা এনে দাগ ছালতো দেখা যায়। ইয়াক আওকান কৰা উচিত নহয়।

দাগ

কলেষ্টেৰল বৃদ্ধি হোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন হ্ৰাস পায়। যাৰ ফলত হাত-ভৰিত সমস্যা, দুৰ্বল হোৱা আদি সমস্যাই দেখা দিয়ে। এনে ক্ষেত্ৰত এই লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

হাত-ভৰি

পঢ়িবলৈ ক্লিক কৰক

ভিটামিনৰ অভাৱৰ লক্ষণ