চিকুনগুনিয়াৰ লক্ষণবোৰ কেনেকুৱা ?

25 July 2025

TV9 ASSAM

Photos Credit: Getty Images

ক্ৰমাৎ বৃদ্ধি পোৱা চিকুনগুনিয়াৰ(Chikungunya) সংক্ৰমণৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছে।

WHO ৰ সতৰ্কবাণী

WHOৰ তথ্য অনুসৰি,এই সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অধিক সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

সজাগতাৰ প্ৰয়োজন

ই এক গুৰুতৰ ভাইৰাছজনিত ৰোগ, যিটো ইডিছ মহৰ জৰিয়তে বিয়পে। চিকুতগুনিয়াত আক্ৰান্ত হ’লে এজন লোকৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে।?

ভাইৰাছজনিত ৰোগ

দিল্লী এমচিডিৰ ডাঃ অজয় কুমাৰে কয় যে, চিকুনগুনিয়াৰ লক্ষণ সাধাৰণতে সংক্ৰমণৰ ৪-৭ দিনৰ পিছত দেখা দিয়ে।

চিকুনগুনিয়াৰ লক্ষণ

আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল, হঠাৎ অধিক জ্বৰ আৰু অসহ্যকৰ গাঁঠিৰ বিষ, যিটো কেতিয়াবা কেইবা সপ্তাহলৈকে থাকিব পাৰে।

অধিক জ্বৰ

ইয়াৰ উপৰিও মূৰৰ বিষ, পেশীৰ বিষ, ভাগৰুৱা আৰু ছালত ৰঙা ফোঁহা ওলোৱাও ইয়াৰ লক্ষণ। বহু ৰোগীৰ বমি আৰু সামান্য চকুৰ বিষৰ সমস্যা হয়।

মূৰৰ বিষ, পেশীৰ বিষ

ঘৰৰ চাৰিওফালে লেতেৰা পানী জমা হ’বলৈ নিদিব। মহৰ বংশবৃদ্ধি ৰোধ কৰিব লাগে। লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰক।

প্ৰতিৰোধমূলক ব্যৱস্থা

পঢ়িবলৈ ক্লিক কৰক

অবিৰতভাৱে ভাগৰুৱা অনুভৱ কৰাটো থাইৰয়ডৰ লক্ষণ নেকি?