কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয়?

13 September 2025

TV9 ASSAM

চাণক্যই মানুহৰ জীৱনৰ প্ৰতিটো দিশৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে । এই মতামতৰ দ্বাৰা তথা চাণক্যৰ দৰ্শনৰ দ্বাৰা মানুহে বিভিন্ন সমস্যাৰ সামধান লাভ কৰিছে।

 চাণক্যৰ দৰ্শন

চাণক্য নীতিত জীৱনৰ শিক্ষা সামৰি লোৱা হৈছে। প্ৰতিজন মানুহৰ গুণৰ বিষয়েও চাণক্যই বাখ্যা কৰিছে।

মানুহৰ গুণ

মহিলাসকলে কোনসকল পুৰুষৰ প্ৰতি বেছি আকৰ্ষিত হয়, সেই সন্দৰ্ভত চাণক্যই কি কয়? জানক

কোনসকল পুৰুষ

সৎ চৰিত্ৰৰ পুৰুষসকলক মহিলাসকলে বেছি ভাল পায় । যিসকল পুৰুষ শান্ত আৰু সহজ সৰল মনৰ হয় তেওঁলোকৰ প্ৰতি মহিলাসকল আকৰ্ষিত হয় ।

সৎ চৰিত্ৰ

মহিলাসকলে শান্ত আৰু কথা শুনা পুৰুষসকল বেছি পছন্দ কৰে । মহিলাৰ সৰু সৰু কথাবোৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন ।

কথা শুনা পুৰুষ

মহিলাসকলে ভাল ব্যক্তিত্বৰ পুৰুষসকলক পছন্দ কৰে । পুৰুষৰ চেহেৰাতকৈ ব্য়ক্তিত্ব মহিলাৰ বাবে গুৰুত্বপূৰ্ণ ।

ভাল ব্যক্তিত্ব

কঠোৰ পৰিশ্ৰম কৰা পুৰুষৰ প্ৰতি মহিলাসকল আকৰ্ষিত হয় । গতিকে পুৰুষসকলে নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ।

কঠোৰ পৰিশ্ৰম

পঢ়িবলৈ ক্লিক কৰক

বৃক্কই সঠিকভাৱে কাম নকৰিলে এইবোৰ লক্ষণ দেখা যায়