পৰিয়ালৰ অৱনতিৰ কাৰণ হ’ব পাৰে পত্নীৰ এনে কু-অভ্যাস

21 July 2025

TV9 ASSAM

নাৰীৰ গুণ সুখী পৰিয়ালৰ আধাৰ বুলি সততে কোৱা হয়। একেদৰে সফল পুৰুষৰ আঁৰত সদায় কোনোবা এগৰাকী নাৰীৰ ভূমিকা থাকে বুলিও কোৱা হয়।

নাৰীৰ গুণ

চাণক্যৰ ভাষাত যিদৰে পত্নী বা সংগীৰ কিছুমান গুণে পৰিয়ালক সুখী কৰি তুলিব পাৰে, একেদৰে কিছুমান অভ্যাসে সকলো ধ্বংস কৰিব পাৰে। পিছে এই অভ্যাস কিদৰে চিনিব?

চাণক্য

চাণক্যৰ নীতিত কোৱা হৈছে যে সকলো নাৰী সমান নহয়, বহু নাৰীৰ মাজত ধ্বংসৰ বীজ থাকে। যিকোনো ব্যক্তি বা পৰিয়ালক তেওঁলোকে ৰসাতললৈ পঠিয়াব পাৰে।

চাণক্য নীতি

গতিকে বিয়াৰ পূৰ্বে সংগী লগত কথা পাতিব লাগে। যদি এনে কোনো অভ্যাস চকুত পৰে, তৎক্ষণাত সাৱধান হোৱা উচিত। প্ৰয়োজন হ’লে সেই সম্পৰ্ক ছিন্ন কৰাও উচিত।

সম্পৰ্ক

চাণক্যৰ নীতি অনুসৰি কঠোৰ বা বেয়া কথাত অভ্যস্ত সংগীক ত্যাগ কৰাই উচিত। যিসকলে আনৰ অনুভৱক গুৰুত্ব নিদিয়ে তেওঁলোকে সমগ্ৰ পৰিয়ালৰ ভাবমূৰ্তি নষ্ট কৰিব পাৰে।

ভাবমূৰ্তি

চাণক্যৰ মতে খঙত ব্যক্তিয়ে উচিত-অনুচিতৰ মাজত পাৰ্থক্য পাহৰি যায় আৰু ইয়াৰ ফলত আনৰ কষ্ট হয়। এনে সম্পৰ্কত কেতিয়াও সুখ থাকিব নোৱাৰে।

খং

চাণক্যৰ মতে মন, আচৰণ আৰু কৰ্মত নিৰ্মল হোৱা নাৰীয়েই হৈছে এগৰাকী আদৰ্শ পত্নী। ভাল আচৰণ, শহুৰ-শাহুক নিজৰ বুলি গণ্য কৰা নাৰী এগৰাকী নিপুণ গৃহিণী।

আদৰ্শ পত্নী

এই প্ৰতিবেদনত উল্লেখ কৰা দিশসমূহ লাভ কৰা তথ্যৰ আধাৰত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

নিম্ন ৰক্তচাপত কেনে খাদ্য গ্ৰহণ কৰিব?