দৰিদ্ৰ কৰে এই ৫টা অভ্যাসে...

4  Dec 2025

TV9 ASSAM

চাণক্যই মানুহক বিভিন্ন নীতিৰ কথা কৈ গৈছে। কি কৰিলে ব্যক্তিয়ে সফলতা লাভ কৰিব পাৰে, কি কৰিলে দৰিদ্ৰতা আহিব পাৰে আদি বিভিন্ন দিশৰ কথা কৈ হৈছে।

চাণক্য

আচাৰ্য চাণক্যৰ মতে, কিছুমান অভ্যাস আছে যিয়ে মানুহক দৰিদ্ৰ কৰে। এই অভ্যাসে লক্ষ্মীক অসন্তুষ্ট কৰে, যাৰ ফলত ঘৰত দৰিদ্ৰতাৰ আগমন হয়।

চাণক্য

চাণক্যৰ মতে, যি ঘৰত ভগৱানৰ নাম লোৱা নহয় তেনে ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পায়।  ইয়াৰোপৰি ঘৰত সংকত আহে। গতিকে ভগৱানক পূজা কৰা প্ৰয়োজন।

ভগৱান

যদি কোনো লোকে বক্ৰ পথেৰে ধন উপাৰ্জন কৰে তেন্তে সেই ধন বেছি দিন নাথাকে। এনে ধনে মানুহক সোনকালে ধনী কৰিব পাৰে কিন্তু ই নোহোৱা হৈ যোৱাত সময় নালাগে। ই সন্মান নষ্ট কৰে।

বেয়া পথ

কিছুমান ঘৰত প্ৰায়ে কাজিয়া লাগি থকা দেখা যায়। এনে ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পায এনে অৱস্থাত ঘৰৰ সুখ-শান্তি প্ৰভাৱিত হয়। ইমানেই নহয়, দৰিদ্ৰতা আহে।

কাজিয়া

চাণক্যই কয় যে, যি ঘৰত প্ৰয়োজনতকৈ অধিক খাদ্য ব্যৱহাৰ কৰা হয় তেনে ঘৰত কেতিয়াও লক্ষ্মী নাথাকে। খাদ্যক সদায় সন্মান কৰা উচিত। খাদ্যৰ অপব্যৱহাৰ কৰিলে লক্ষ্ণী অসন্তুষ্ট হয়।

অধিক খাদ্য

মানুহে সদায় পৰ্যাপ্ত পৰিমাণে খৰচ কৰিব লাগে। যদি অযথা খৰচ কৰে তেন্তে সেই ধন মানুহৰ হাতত বেছিদিন নাথাকে। সদায় ধনক সন্মান দিব লাগে আৰু প্ৰয়োজন অনুসৰি খৰচ কৰিব লাগে।

খৰচ

পঢ়িবলৈ ক্লিক কৰক 

ৰাছিয়াত কিমান মুছলিম আছে