শত্ৰুক ক্ষমা কৰিব নে প্ৰতিশোধ ল'ব?

21 May 2025

TV9 ASSAM

Credits: Getty Images

সামাজিক আৰু ব্যক্তিগত জীৱনত চাণক্য নীতিৰ গুৰুত্ব এতিয়াও আছে । ইয়াৰ প্ৰভাৱ এতিয়াও আছে ।

চাণক্য নীতিৰ গুৰুত্ব

যদি আপোনাৰ জীৱনলৈ শত্ৰু আহে, তেন্তে কি কৰা উচিত ? প্ৰতিশোধ ল'ব নে ক্ষমা কৰিব ? চাণক্যই কি পৰামৰ্শ দিছে ? 

জীৱনৰ শত্ৰু

চাণক্যৰ মতে শত্ৰুৱে হওক বা আন সমস্যাই হওক ইয়াক নিৰ্মূল কৰাটোৱে বুদ্ধিমান কাম ! কিন্তু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়তা থাকিব ।

নিৰ্মূল কৰা

সফলতাৰ বাবে পৰিশ্ৰম কৰিব লাগিব । তেওঁৰ মতে, সত্যত থকা মানুহ মিছা প্ৰতিশ্ৰুতি দিয়া মানুহতকৈ বহু গুণে ভাল ।

সত্যত থাকিব

তেওঁৰ মতে, সফলতা লাভ কৰিবলৈ আচৰণ শিশুসুলভ হোৱাৰ লগতে ধৈৰ্য্য আৰু পৰিশ্ৰম কৰিব লাগিব । মানুহ সদায় সৰল প্ৰকৃতিৰ হ'ব লাগে ।

আচৰণ

চাণক্যৰ মতে, এবাৰ সিদ্ধান্ত লোৱাৰ পিছত সেই বিষয়ত পুনৰ চৰ্চা বা আলোচনা কৰাৰ প্ৰয়োজন নাই । নহ'লে আত্মবিশ্বাস হেৰুৱাব ।

সিদ্ধান্ত এবাৰ ল'ব

যিসকলে সপোন দেখে আৰু সেই সপোন পূৰণ কৰিবলৈ চেষ্টা কৰে তেওঁলোক সঁচা অৰ্থত সফল হয় । কিন্তু বিফলতা অবিহতে সফলতা অনুভৱ কৰিব নোৱাৰে ।

সপোন পূৰণৰ চেষ্টা 

পঢ়িবলৈ ক্লিক কৰক

শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব ?