এই ৪টা গুণে মানুহক সন্মানীয় আৰু সফল হোৱাত সহায় কৰে

5  September 2025

TV9 ASSAM

আচৰণৰ দ্বাৰা মানুহৰ ব্যক্তিত্ব প্ৰকাশ পায় । চাণক্যৰ মতে, কেইটামান গুণৰ দ্বাৰা এজন ভদ্ৰলোকক চিনাক্ত কৰিব পাৰে ।

আচৰণ

মাত্ৰ চাৰিটা গুণ । এই চাৰিটা গুণৰ বাবে এজন ব্যক্তি কেতিয়াও বিপদত নপৰে । তেওঁৰ প্ৰতি সকলোৰে সন্মানজনক মনোভাৱ থাকে । তেওঁকলৈ সকলোৱে সুখী অনুভৱ কৰে ।

চাৰিটা গুণ 

চাণক্যৰ মতে ধৰ্মৰ পথত থকা বা নিজ ধৰ্ম পালন কৰা লোকসকলে কেতিয়াও বিপদত নপৰে । কোনো ক্ষেত্ৰতে কষ্ট অনুভৱ নকৰে ।

নিজ ধৰ্ম পালন

সত্যৰ পথত থকা লোকসকল সদায় সুখী হয় । তেওঁৰ ওপৰত ঈশ্বৰৰ আৰ্শীবাদ থাকে । সফলতাও তেওঁৰ পক্ষত থাকে।

সত্যৰ পথ

যিজন ব্যক্তিয়ে দান কৰে, আনৰ দুখ-কষ্ট অনুভৱ কৰে তেওঁ কেতিয়াও সমস্যাৰ সন্মুখীন নহয় ।

দান কৰা

যিসকল লোকে মিঠা আৰু ভদ্ৰভাৱে কথা কয়,যাৰ আচৰণ ভাল হয়, তেওঁ সদায় সন্মানৰ যোগ্য হয় । তেওঁৰ প্ৰতি সকলোৰে সন্মান থাকে ।

ভদ্ৰভাৱে কথা কোৱা

শাস্ত্ৰৰ জ্ঞান থকা লোকসকলে কেতিয়াই বিপদত নপৰে বা বিপথে পৰিচালিত নহয় । ইতিবাচক জীৱন যাপন কৰিব পাৰে ।

শাস্ত্ৰৰ জ্ঞান

পঢ়িবলৈ ক্লিক কৰক

মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক