সম্পৰ্ক ৰক্ষা কৰাটো অতি কঠিন হৈ পৰিছে।
11 Oct 2025
TV9 ASSAM
স্বামী-স্ত্ৰীৰ মাজৰ এটা ভুল বুজাবুজিয়েই গোটেই সম্পৰ্ক শেষ কৰিব পাৰে।
জানক
আমাৰ আচৰণে আপোনজনৰ পৰাও আঁতৰাই ৰাখিব পাৰে।
আচৰণ
যদিহে আপুনিো পত্নীক সুখী কৰিব পৰা নাই তেন্তে কিছুমান নিয়ম পালন কৰক।
নিয়ম
নিজৰ দায়িত্বৰ পৰা পলাই পত্নীৰ হাতত তুলি নিদিব।
সম্পৰ্ক
পত্নীৰ দৃষ্টিভংগী শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব লাগে।
উপায়
যিকোনো সম্পৰ্কত আনক সন্মান কৰাটো অতি প্ৰয়োজনীয়।
মৰম বাঢ়িব
অপ্ৰয়োজনীয় কোনো কথাক লৈ খং কৰাৰ পৰা বিৰত থাকিব লাগে।
সম্পৰ্ক ভালে থাকিব
লগতে পঢ়ক
আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান?
Learn more