খালী পেটত পেইন কিলাৰ ঔষধ খালে বৃক্কৰ সমস্যা হয় নেকি?

3 July 2025

TV9 ASSAM

খালী পেটত পেইন কিলাৰ ঔষধ খালে কেৱল পেটৰ ক্ষতি হোৱাই নহয়, দীৰ্ঘদিন ধৰি তেনে কৰিলে বৃক্ক বিকল হ’ব পাৰে।

পেইন কিলাৰ

পেইন কিলাৰ ঔষধে শৰীৰৰ বিষ আৰু তথা বিষত কোনো অংগ ফুলি উঠাৰ দৰে সমস্যা কমায়। এই ঔষধে বৃক্কলৈ তেজৰ সোঁত কমাব পাৰে, যাৰ ফলত বৃক্কত চাপ পৰে।

কাম

খালী পেটত পেইন কিলাৰ ঔষধ খালে গেষ্ট্ৰিক এচিড বৃদ্ধি পায়। পেটৰ ভিতৰৰ আৱৰণৰ ক্ষতি হয়। লগতে ৰক্তচাপ আৰু বৃক্কত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

ক্ষতিকাৰক

ডাঃ সুভাষ গিৰিৰ মতে পেইন কিলাৰ অবিৰতভাৱে গ্ৰহণ কৰিলে বৃক্কৰ ফিল্টাৰ ব্যৱস্থাৰ ক্ষতি হয়। লগতে ক্ৰিয়েটিনিন আৰু ইউৰিয়াৰ মাত্ৰা বৃদ্ধি পায়। লাহে লাহে বৃক্কৰ সমস্যা বৃদ্ধি পায়।

প্ৰভাৱ

যিসকল লোকৰ পূৰ্বৰে পৰা বৃক্কৰ সমস্যা আছে, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগী, বয়োজ্যেষ্ঠ লোকসকল অধিক বিপদত পৰিব পাৰে।

অধিক বিপদ

কেতিয়াও খালী পেটত এনে ঔষধ নাখাব, চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন নকৰিব আৰু সময়ে সময়ে বৃক্কৰ কাৰ্যক্ষমতা পৰীক্ষা কৰাব।

প্ৰতিৰোধ

উল্লেখিত লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। তেওঁলোকক আপুনি গ্ৰহণ কৰা ঔষধৰ বিষয়ে জানিবলৈ দিয়ক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

ছাল ধুনীয়া কৰিবলৈ কি কি কৰিব? জানক উপায়