ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ  কি কি, জানক...

31  OCT 2025

TV9 ASSAM

ব্ৰেইন টিউমাৰ এক গুৰুতৰ সমস্যা।  ব্ৰেইন টিউমাৰত ছিজাৰ অহা সাধাৰণ কথা। কিন্তু বহুতে ইয়াৰ লক্ষণবোৰ আওকান কৰি চলে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।

ব্ৰেইন টিউমাৰ

যদি টিউমাৰ অক্সিপিটল লোবত হয় তেতিয়া দৃষ্টিশক্তি ম্লান হৈ পৰে। ধোঁৱা ধোঁৱা দেখিব পাৰে। যদি টিউমাপ সোঁফালে হয় তেতিয়া শৰীৰৰ বাওঁফালটো দুৰ্বল হৈ পৰে।

স্মৃতিশক্তি ম্লান

বাৰে বাৰে মূৰ বিষ হোৱা ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে। মূৰ তল কৰা, কাহ, হাচি মৰাৰ সময়ত এই বিষ বাঢ়ি যায়। পুৱা বা নিশা ২-৩ বজাত এই মূৰৰ বিষ বেছি হয়।

বাৰে বাৰে মূৰ বিষ

মূৰৰ বিষৰ উপৰি বমি হোৱা বা বমি হোৱাৰ পাছত কিছু সকাহ পোৱা যায়। এয়া গম্ভীৰ সংকেত হ'ব পাৰে। এনে হলে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

বমি হোৱা

হঠাতে পাহৰি যোৱাৰ সমস্যা হ'ব পাৰে। ইয়াৰোপৰি মনোযোগ দিব নোৱাৰা ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে। দীৰ্ঘদিন এনে হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

মনোযোগৰ অভাৱ

ব্ৰেইন টিউমাৰৰ ফলত মুড পৰিৱৰ্তন হ'ব পাৰে। খিঙখিঙীয়া, হঠাতে ডিপ্ৰেশ্যন আদি হ'ব পাৰে। অৱশ্যে ইয়াৰ লগতে বাকী লক্ষণবোৰো দেখা যায়।

মুড পৰিৱৰ্তন

হাত-ভৰি দুৰ্বল, জিনজিননি বা অজ্ঞানতা অনুভৱ কৰিব পাৰে। ব্ৰেইন টিউমাৰৰ প্ৰথম পৰ্যায়ত এই লক্ষণে দেখা দিয়ে। অৱশ্যে অধিক জানিবলৈ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

দুৰ্বল

পঢ়িবলৈ ক্লিক কৰক 

ফেটি লিভাৰৰ কাৰণ