এই ৫ বিধ খাদ্যবস্তু গাখীৰৰ সৈতে মিহলালে পাব অনন্য সুফল

25 DEC 2025

TV9 ASSAM

গাখীৰ এক পুষ্টিকৰ খাদ্য। ইয়াৰ সৈতে কিছুমান খাদ্যবস্তু মিহলাই ল’লে দেহৰ অধিক উপকাৰ সাধন কৰে। জানো আহক এই বিষয়ে।

গাখীৰ

গাখীৰত তুলসী মিহলালে এণ্টি ভাইৰেল আৰু এণ্টি মাইক্ৰ’বিয়াল গুণ অধিক হয়। এইদৰে সংক্ৰমণ প্ৰতিৰোধৰ লগতে শ্বাস-প্ৰশ্বাসত সহায়ক হয়।

তুলসী

গাখীৰত মৌ মিহলালে এণ্টিবেক্টেৰিয়েল গুণ বৃদ্ধি পায়। ইয়াৰ দ্বাৰা ডিঙি পৰিষ্কাৰ হোৱাৰ লগতে টোপনি ভাল কৰে।

মৌ

গৰম গাখীৰত হালধি মিহলালে এণ্টিঅক্সিডেণ্ট আৰু কাৰকুমিনৰ উপকাৰ বৃদ্ধি হয়। এই মিশ্ৰণে প্ৰদাহ হ্ৰাস কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

হালধি

আলমণ্ড মিহলি কৰিলে গাখীৰত ভিটামিন ই, খনিজ পদাৰ্থ, স্বাস্থ্যকৰ চৰ্বি যোগ হয়। এইদৰে হাড়ৰ শক্তিৰ লগতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

আলমণ্ড

গাখীৰত আদা মিহলি কৰিলে ই পাচনত সহায় কৰে। ঋতুৰ পৰিৱৰ্তনৰ সময়ত এই মিশ্ৰণ শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয়।

আদা

পঢ়িবলৈ ক্লিক কৰক 

তুলসীৰ দ্বাৰা হ্ৰাস কৰিব পাৰিব কলেষ্টেৰল