TV9 ASSAM
ভিটামিন চি আমাৰ শৰীৰৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। ই ছালখনক উজ্জ্বল কৰি তোলাত আৰু হাড়বোৰ শক্তিশালী কৰাত সহায় কৰে।
শৰীৰত ভিটামিন চিৰ অভাৱত ছাল নিস্তেজ আৰু গাঁঠিৰ বিষ আদি সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আপুনি খাদ্যৰ তালিকাত ভিটামিন চি অন্তৰ্ভুক্ত কৰিব লাগিব।
কমলা ভিটামিন চিৰৰ ডাঙৰ উৎস। এটা কমলাত প্ৰায় ৭০-৯০ মিলিলিটাৰ ভিটামিন চি পোৱা যায়। দৈনিক কমলা খাব পাৰে।
ভিটামিন চিৰ বাবে জামু এটা ভল বিকল্প। আপুনি খাদ্যত ষ্ট্ৰবেৰী আদি ফল যোগ কৰিব পাৰে।
ৰঙা, হালধীয়া আৰু সেউজীয়া কেপছিকামতো ভিটামিন চি পোৱা যায়। ইয়াৰে সৰ্বাধিক পৰিমাণৰ ভিটামিন চি ৰঙা কেপছিকামত পোৱা যায়।
আলু সকলোৰে প্ৰিয়। ইয়াত ভিটামিন চিকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। ভিটামিন চিৰ বাবে আলু খাদ্যৰ তালিকাত ৰাখিব পাৰে।
ভিটামিন চিৰ ভাল উৎস নেমু। মধ্যমীয়া আকাৰৰ নেমুত ৪০ ৰ পৰা ৫০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক