01 May 2024
অভিনেত্ৰীগৰাকীয়ে 'ৰাব নে বানা দি জোৰী', 'বেণ্ড বাজা বাৰাত', আদি বহুতো ছুপাৰহিট ছবিত অভিনয় কৰিছে
অনুষ্কাৰ জন্মদিনত তেওঁৰ লগত জড়িত কিছুমান বিশেষ কথা জানি লওক
অনুষ্কাই ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়
২০১৩ চনত শ্বেম্পুৰ বিজ্ঞাপনৰ সময়ত বিৰাট আৰু অনুষ্কাই লগ পাইছিল
এতিয়া কন্যা বামিকা আৰু পুত্ৰ অকয়ৰ পিতৃ-মাতৃ
অনুষ্কা শৰ্মাই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল
২০০৮ চনত অনুষ্কাই শ্বাহৰুখ খানৰ সৈতে প্ৰথমখন বলীউড ছবি ‘ৰব নে বানা দি জোৰী’ত অভিনয় কৰিছিল
অভিনেত্ৰীগৰাকীৰ সম্পত্তিৰ পৰিমাণ ১০০কোটিৰ ওপৰত
ক্লিক কৰিবলৈ চাবলৈ
গ্ৰীষ্মকালত দৈৰ সৈতে ভুলতেও নাখাব এই সামগ্ৰী