প্ৰস্ৰাৱৰ লগত তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক...

  6  NOV 2025

TV9 ASSAM

Photos Credit: Getty, Unsplash

যেতিয়া প্ৰস্ৰাৱত তেজ দেখা যায় তেতিয়া ই এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বিষয়ে অধিক জানো আহক।

প্ৰস্ৰাৱত তেজ

ডাঃ সুভাষ গিৰীয়ে বুজাইছে যে, এই সংক্ৰমণ মহিলাৰ ক্ষেত্ৰত বেছি হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰতো এই সংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ দ্বাৰা ইয়াৰ সৃষ্টি হয়। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ কৰা, জ্বৰ, কেতিয়াবা প্ৰস্ৰাৱত তেজ ওলোৱা আদি লক্ষণ।

প্ৰস্ৰাৱৰ সংক্ৰমণ

যেতিয়া বৃক্কত খনিজ পদাৰ্থ জমা হৈ পাথৰ সৃষ্টি হয় তেতিয়া ই প্ৰস্ৰাৱ নলীত আঁচোৰ খোৱাৰ বাবে প্ৰস্ৰাৱত তেজ ওলোৱা আৰু তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে।

বৃক্কৰ পাথৰ

বৃক্কত আভ্যন্তৰীণ আঘাত বা সংক্ৰমণ হ’লেও প্ৰস্ৰাৱত তেজ ওলায়। ই দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগৰ লক্ষণো হ’ব পাৰে।

বৃক্কৰ সংক্ৰমণ

 প্ৰস্ৰাৱত তেজ ওলোৱা মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। প্ৰস্ৰাৱত তেজ ওলোৱা, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, ওজন কমি যোৱা আদি লক্ষণ।

মূত্ৰাশয়ৰ কৰ্কট ৰোগ

নিয়মিতভাৱে ফল-মূল খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী।

প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি

বৃক্কৰ টিউমাৰ বা গভীৰ সংক্ৰমণেও ৰক্তক্ষৰণৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল কঁকালৰ বিষ, ভাগৰুৱা, ওজন কমি যোৱা, প্ৰস্ৰাৱত তেজ।

বৃক্কৰ টিউমাৰ

ৰাতি ফল খোৱাটো  উচিত নে? 

চাবলৈ ক্লিক কৰক