কিয় ধূমপান হঠাতে ত্যাগ কৰিব নালাগে?

26 Aug 2025

TV9 ASSAM

ধূমপান ত্যাগ কৰিব বিচাৰে নেকি? এই অভ্যাস হঠাতে ত্যাগ কৰিলে ভাল নে লাহে লাহে এই অভ্যাস ত্যাগ কৰিলে ভাল! জানক

ধূমপান ত্যাগ

হঠাতে ধূমপান ত্যাগ কৰা আৰু ক্ৰমান্বয়ে ধূমপান ত্যাগ কৰাৰ মাজত পাৰ্থক্য আছে।

পাৰ্থক্য

ক্ৰমান্বয়ে যদি ধূমপান ত্যাগ কৰে তেন্তে শাৰীৰিক আৰু মানসিক চাপৰ পৰা উপশম পাব আৰু নিজৰ নিয়ন্ত্ৰণ শক্তিশালী হ'ব।

ক্ৰমান্বয়ে ধূমপান ত্যাগ

হঠাতে যদি ধূমপান ত্যাগ কৰে তেন্তে মূৰৰ বিষ, টোপনিৰ সমস্যা আদি হ'ব। যদি ক্ৰমান্বয়ে এই অভ্যাস ত্যাগ কৰে তেন্তে এই সমস্যাৰ সন্মুখীন নহয়।

হঠাতে ধূমপান ত্যাগ

হঠাতে ধূমপান ত্যাগ কৰিবলৈ কঠোৰ মানসিক প্ৰস্তুতি লাগিব । যদি লাহে লাহে এই অভ্যাস ত্যাগ কৰে তেন্তে মনটোক সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব।

মানসিক প্ৰস্তুতি

ধূমপান ত্যাগ কৰিবলৈ বিশেষজ্ঞ পৰামৰ্শ অনুসৰি আগবাঢ়িলে অতি ফলপ্ৰসূ হ'ব। এই ক্ষেত্ৰত কাউন্সেলিং আৰু নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপী(NRT) অতি ফলপ্ৰসূ।

বিশেষজ্ঞ পৰামৰ্শ

এই অভ্যাস লাহে লাহে যদি ত্যাগ কৰে তেন্তে মনটোৰ ওপৰত নিয়ন্ত্ৰণ অধিক শক্তিশালী হ'ব। সম্পূৰ্ণৰূপে ত্যাগ কৰাটো সহজ হৈ পৰিব।

মনৰ ওপৰত নিয়ন্ত্ৰণ

পঢ়িবলৈ ক্লিক কৰক

এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা দাঁতৰ বিষৰ পৰা তৎক্ষণাত সকাহ পাওক