ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি কেতিয়া খাব?

November 3, 2025

TV9 ASSAM

ওজন নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় সংখ্যক লোকে গ্ৰীণ টি সেৱন কৰে। কিন্তু আপুনি জানেনে যে, ওজন নিয়ন্ত্ৰণৰ বাবে গ্ৰীণ টি কেতিয়া সেৱন কৰিব লাগে? 

ওজন নিয়ন্ত্ৰণ

আহাৰ খোৱাৰ লগে লগে সেউজীয়া চাহ খাব নালাগে। শৰীৰে প্ৰটিন হজম কৰিবলৈ নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়। সেউজীয়া চাহে এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে।

আহাৰ খোৱাৰ সময়ত

খালী পেটত সেউজীয়া চাহ খোৱাটো একেবাৰেই উচিত নহয়। খালী পেটত এই চাহ খালে পেটত এচিডৰ মাত্ৰা বৃদ্ধি পায়। ফলত হজম শক্তি বিঘ্নিত হয়।

খালী পেট

বহুতে ৰাতিপুৱা চাহ খোৱাৰ পিছত ঔষধ সেৱন কৰে। গ্ৰীণ টি খোৱাৰ পিছত ঔষধ গ্ৰহণ নকৰিব। যদি গ্ৰীণ টি খোৱাৰ পাছত ঔষধ খাই, তেতিয়া বদহজমৰ সমস্যা হ'ব পাৰে।

 ঔষধ সেৱন 

ৰাতি বিচনাত পৰাৰ আগত কেতিয়াও গ্ৰীণ টি খাব নালাগে। ইয়াত থকা কেফেইনে টোপনি অহাত বাধা দিব পাৰে।

ৰাতি

খৰখেদাকৈ সেউজীয়া চাহ খালে কোনো লাভ নহয়। এই চাহ লাহে লাহে আৰু আৰামত খালেহে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পাব পাৰে।

খৰখেদাকৈ নাখাব

ৰাতিপুৱা ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে গ্ৰীণ টিৰ খালে সৰ্বোত্তম ফলাফল পোৱা যায়। ব্যায়ামৰ পূৰ্বে গ্ৰীণ টি সেৱন কৰিব পাৰে।

কেতিয়া খাব ?

পঢ়িবলৈ ক্লিক কৰক

দ্ৰুত গতিত ওজন হ্ৰাস কৰিবলৈ এইসমূহ খাদ্য খাওক