November 23, 2025
TV9 ASSAM
কিছুমান খাদ্যই যৌন ক্ষমতা বৃদ্ধি কৰিব পাৰে। এইবোৰত থকা পুষ্টিকৰ উপাদানে শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু যৌন ক্ষমতা উন্নত কৰে।
যৌন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিদিনে এটাকৈ আপেল খাব পাৰে। ই এণ্টিঅক্সিডেণ্টৰ মূল উৎস।
বিবাহিত পুৰুষ-মহিলাই প্ৰতিদিনে গাখীৰ খাব পাৰে। গাখীৰে পুৰুষ-মহিলাৰ যৌন জীৱন উন্নত কৰিব পাৰে।
যৌন ক্ষমতা বৃদ্ধিৰ বাবে আপুনি গৰম পানীত ১ চামুচ মৌ ৰস মিহলাই খাব পাৰে। ই পুৰুষ-মহিলাৰ উভয়েই যৌন শক্তি বৃদ্ধি কৰিব পাৰে।
যৌন স্বাস্থ্যৰ বাবে নহৰু অতি উপকাৰী বুলি কোৱা হয়। বিশেষজ্ঞৰ মতে, নহৰুৱে যৌন উদ্দীপনা বৃদ্ধি কৰে বুলি কোৱা হয়।
কণী শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে এক উত্তম খাদ্য। ইয়াৰ টুনা মাছ যৌন স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়।
এই ফলবিধ বিদেশত খুবেই জনপ্ৰিয়। ইয়াত ফলিক এচিড আৰু পটাচিয়ামৰ মাত্ৰা বেছি। এভ’কেডো যৌন শক্তি বৃদ্ধিত সহায়ক হয় ।
পঢ়িবলৈ ক্লিক কৰক