20 June 2025
TV9 ASSAM
Photos Credit: Getty Images
বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে বিভিন্ন গছ-গছনি ৰোপণ কৰি নিজৰ ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰে । বহুতে ঘৰত বাঁহৰ গছ ৰাখে ।
বাস্তু শাস্ত্ৰৰ মতে ঘৰত বাঁহ গছ ৰখাৰ সঠিক দিশ হৈছে পূব । এই দিশত বাঁহ গছ ৰোপণ কৰিলে ধনাত্মক শক্তিয়ে ঘৰত ঠাই লয়।
বাঁহ গছৰ প্ৰত্যক্ষ সূৰ্যৰ পোহৰত ৰাখিব নালাগে । এনে ঠাইত বাঁহ গছ ৰাখিব লাগে, য'ত যথেষ্ট পোহৰ লাভ কৰে ।
ঘৰৰ পূব দিশত যদি বাঁহ গছ ৰাখে তেন্তে পৰিয়ালৰ সমৃদ্ধিৰ বাট মুকলি হয় । পৰিয়ালৰ লোকে বহু ক্ষেত্ৰত সফলতা লাভ কৰে ।
বাস্তু শাস্ত্ৰৰ মতে, উত্তৰ-পূব দিশত বাঁহ গছ ৰাখিলে পৰিয়ালৰ ধন-সম্পত্তি বৃদ্ধি পায় বুলি কোৱা হয় ।
চাণক্যই মানুহৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত বিশ্লেষণ আগবঢ়াইছে । বহুতে আজিও চাণক্য নীতি গ্ৰহণ কৰি আহিছে ।
এই প্ৰতিবেদন বাস্তু শাস্ত্ৰৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । Tv9 অসমীয়া কোনো কাৰণত দায়ী নহয় ।
পঢ়িবলৈ ক্লিক কৰক