December 28, 2025
TV9 ASSAM
Photo Credits: Getty Images
বৰ্তমান সময়ত কি খায়, কেনেকৈ খায়, কিমান খায় সেই সম্পৰ্কে সকলো সচেতন। কিন্তু আপুনি ৰন্ধা পাত্ৰটোৰ ওপৰত আপোনাৰ স্বাস্থ্যও নিৰ্ভৰ কৰে।
বিপাকীয় ক্ৰিয়া আৰু পেটৰ স্বাস্থ্যৰ উন্নতিৰ বাবে কেনেকুৱা পাত্ৰত খাদ্য ৰান্ধিব লাগে জানোঁ আহক।
ই খাদ্যত আইৰণৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে আৰু ৰন্ধা সময়ত অধিক তাপ ধৰি ৰাখিব পাৰে।
মাটিৰ পাত্ৰ প্ৰাকৃতিকভাৱে ক্ষাৰকীয়, যাৰ ফলত খাদ্যৰ অম্লতা নিয়ন্ত্ৰণ কৰি খাদ্যৰ মূল পুষ্টি আৰু সোৱাদ বজাই ৰাখে।
ই অতি নিৰাপদ। ভাল মানৰ তীখাই খাদ্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। এই বাচনটো ভাজি, দালি আৰু জোল বনাবলৈ ব্যৱহাৰ কৰিব পাৰি। টেঙা খাদ্যৰ বাবেও ই নিৰাপদ।
তামৰ বাচনত পানী জমা কৰি চালাড বনাব পাৰে বা শুকান খাদ্য কাঁহত সংৰক্ষণ কৰিব পাৰে। এই বাচনত খাদ্য ৰান্ধিব নালাগে। টেঙা খাদ্যও সেইবোৰত ৰাখিব নালাগে।
এলুমিনিয়াম আৰু ননষ্টিক বাচন খাদ্য ৰন্ধাৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিব নালাগে বুলি কোৱা হয় । এনে বাচনত ৰন্ধা-বঢ়া কৰিলে খাদ্য বিষক্ৰিয়া হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক