খালী পেটত গৰম পানী খালে কি হয়?

November 1, 2025

TV9 ASSAM

প্ৰায় সংখ্যক মানুহে ৰাতিপুৱা সময়ত গৰম পানী খাই ভাল নাপায়। গৰম পানী খালে কি কি সমস্যা দূৰ হয় জানোঁ আহক

গৰম পানী

গৰম পানীয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। বিশেষকৈ কিডনীৰ স্বাস্থ্যৰ বাবে ই ভাল।

কিডনীৰ স্বাস্থ্য

গৰম পানীয়ে শৰীৰত ৰক্ত সঞ্চালনত সহায় কৰে। ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল। তদুপৰি শৰীৰৰ বিভিন্ন পেশী আৰু স্নায়ুৰ বাবে ই উপকাৰী।

হৃদযন্ত্ৰ-পেশী-স্নায়ু

ৰাতিপুৱা খালী পেটত গৰম পানী খালে বিপাকীয় হাৰ বৃদ্ধি পায়। গতিকে ই ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

ওজন কমি যোৱা

শীতকালত নাক বন্ধ হোৱা, ডিঙিৰ বিষ, বিভিন্ন সংক্ৰমণ, এলাৰ্জীৰ সমস্যা বাঢ়ি যায়। ৰাতিপুৱা খালী পেটত এগিলাচ গৰম পানী খালে এই সকলোবোৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

শীতকালৰ স্বাস্থ্যৰ সমস্যা

গৰম পানীয়ে খাদ্য ভাঙি পেলোৱাত সহায় কৰে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালত প্ৰভাৱ পেলায়। ছালখন সুস্থ আৰু সমস্যামুক্ত হৈ থাকে। এই অভ্যাসৰ দ্বাৰা ব্ৰণৰ সমস্যাও কমাব পাৰি।

ছালৰ বাবে উপকাৰী

প্ৰতিদিনে গৰম পানী খালে ই মানসিক চাপ কমোৱাত সহায় কৰে আৰু লগতে ভাল টোপনি অহাত সহায় কৰে।

ভাল টোপনি

পঢ়িবলৈ ক্লিক কৰক

তিতা কেৰেলাই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে নেকি?