কলৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে।
7 SEP 2025
TV9 ASSAM
নিশা শোৱাৰ পূৰ্বে কলৰ বাকলি মুখত ঘঁহিব পাৰে।
কলৰ বাকলি
এইদৰে ছালখন নিমজ তথা উজ্জ্বল হৈ পৰিব।
বাকলি
ওঁঠৰ উজ্জলতাও বৃদ্ধিৰ বাবেও আপুনি কলৰ বাকলিৰে স্কাৱ কৰিব পাৰে।
বাকলি
দাঁতৰ ৰং হালধীয়া হোৱাৰ সমস্যা দূৰ কৰিবলৈ কলৰ বাকলি উত্তম।
বাকলি
কলত প্ৰচূৰ পৰিমাণে পটাছিয়াম থাকে।
উপকাৰ
ডায়েৰিয়া হ’লে চিকিৎসকসকলে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে।
কেচা কল
হজমৰ সমস্যা বা পেট বেয়া হ’লে কাচকল খুব উপকাৰী।
উপকাৰ
লগতে পঢ়ক
অভিষেকে ঐশ্বৰ্যৰ বিষয়ে এইদৰে কিয় ক’লে?
Learn more