28 JUNE 2025
TV9 ASSAM
বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী ইতিমধ্যে সঁচা হৈছে। যিয়ে জোকাৰি গৈছে সমগ্ৰ পৃথিৱীক।
বাবা ভাংগাৰ আন কেইটামান ভৱিষ্যদ্বাণীই পুনৰ চিন্তিত কৰিছে বিশ্ববাসীক।
বাবা ভাংগাৰ মতে, কেইবছৰমানৰ পাছত পৃথিৱীত এটা নতুন ভাইৰাছ আহিব, যিটো অতি বিপদজনক হ’ব।
বাবা ভাংগাৰ মতে ২০৮৪ চনত প্ৰকৃতিৰ ডাঙৰ পৰিৱৰ্তন দেখা যাব।
২০৮৮ চনৰ ভিতৰত এটা ভাইৰাছে টোকৰ মাৰিব যিয়ে মানুহ দ্ৰুতগতিত বৃদ্ধ হ'ব।
বিষ্ণু পুৰাণৰ মতে কলিযুগ আগবাঢ়ি যোৱাৰ লগে লগে মানুহৰ বয়স ২০ বছৰলৈ হ্ৰাস পাব।
চাবলৈ ক্লিক কৰক