শুভাংশু শুক্লাই কিমান টকা দৰমহা লাভ কৰিব

25 june 2025

TV9 ASSAM

আজিৰ দিনটো ভাৰতৰ বাবে ঐতিহাসিক। ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আজি আন্তৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন (ISS)ৰ মহাকাশলৈ ৰাওনা হৈছে। এয়া প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয়ই  ISSৰ অভিযানৰ অংশ হ'ব।

শুভাংশু শুক্লা

বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি শুভাংশুৱে এই মিছনৰ বাবে কোনো দৰমহা লাভ কৰে। অন্য কোনো ধনো লাভ নকৰে। এই মিছনৰ সমগ্ৰ খৰচ বহন কৰিছে ভাৰত চৰকাৰে।

দৰমহা

জানিব পৰা মতে, ভাৰতে আমেৰিকাৰ প্ৰাইভেট স্পেছ কোম্পানী Axiom space ক এই মিছনৰ বাবে প্ৰায় ৫৪৮ কোটি টকা দিয়ে। এই ধন শুভাংশুৰ ট্ৰেইনিং, যাত্ৰা, স্পেচ চুট, ৰিচাৰ্চ কিট আৰু অন্যান্য প্ৰয়োজনীয় কামৰ বাবে।

ভাৰতৰ খৰচ

শুভাংশু শুক্লাৰ এই মিছন প্ৰায় ১৪ দিনৰ।  এই সময়চোৱাত তেওঁ মহাকাশত থাকি প্ৰায় ৬০ টাকৈ বৈজ্ঞানিক গৱেষণাত অংশগ্ৰহণ কৰিব।

১৪ দিন

এই সময়চোৱাত মাইক্ৰ'গ্ৰেভিটিত মানুহৰ শৰীৰত প্ৰভাৱ, মহাকাশ খাদ্য পৰীক্ষা,বায়ো ৰিচাৰ্চ, ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ ওপৰত গৱেষণা চলিব।

কি কৰিব

শুভাংশু শুক্লা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা। তেওঁ NDA ত অধ্যয়ন কৰিছে আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সত এমটেক কৰিছে। ২০০৬ চনত তেওঁ বায়ুসেনাৰ পাইলট হয়। ২০০০তকৈ বেছি ঘন্টা ফাইটাৰ জেট উৰোৱাৰ অভিজ্ঞতা তেওঁৰ আছে।

অভিজ্ঞা

তথ্য অনুসৰি, ভাৰতীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২.০১ বজাত উৰণ আৰম্ভ হয় আৰু বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেশ্যন পাব।

কেতিয়াব পাব

পঢ়িবলৈ ক্লিক  কৰক

প্ৰতিখন দেশৰ ওচৰত পাৰমাণৱিক শক্তি থাকিব নোৱাৰাৰ কাৰণ