মানুহক দৰিদ্ৰ কৰা ৫ টা অভ্যাস...

2 Jan 2026

TV9 ASSAM

সনাতন ধৰ্মৰ ১৮ খন পুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। ইয়াৰ মুখ্য দেৱতা শ্ৰী হৰি বুলি বিশ্বাস কৰা হয়। গৰুড় পুৰাণত মৃত্যু, পুনৰ জন্ম, অন্ত্যোষ্টিক্ৰিয়া আদি বিভিন্ন দিশ সন্দৰ্ভত বৰ্ণনা আছে।

গৰুড় পুৰাণ

গৰুড় পুৰাণত মানুহৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ বিষয়ে আছে। গৰুড় পুৰাণ মতে, কিছুমান ব্যক্তিয়ে জীৱনত কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে বা বিভিন্ন আৰ্থিক সংকট আহে।

অভ্যাস

গৰুড় পুৰাণ অনুসৰি, লেতেৰা কাপোৰ পৰিধান কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। মা লক্ষ্মীয়া পৰিষ্কাৰ পৰিচন্নতা ভাল হয়। গতিকে যি ঘৰ পৰিষ্কাৰ থাকে তেনে ঘৰত মা লক্ষ্মীয়ে বাস কৰে।

লেতেৰা কাপোৰ

যি লোকে আনৰ বেছিকৈ সমালোচনা কৰে বা আনৰ বেয়া কথা কয়, বিনা কাৰণত চিঞৰে তেনে লোকে জীৱনত কেতিয়াও শান্তি নাপায়। এনে লোকৰ জীৱনলৈ দৰিদ্ৰতা আহে।

আনৰ সমালোচনা

গৰুড় পুৰাণ অনুসৰি, বেছি দেৰিলৈ শুৱা বেয়া। যি লোকে বেছি পুৱা বেছি দেৰিলৈ শুই থাকে তেনে লোকৰ এলাহ বৃদ্ধি পায়। এনে অৱস্থাত তেওঁলোকে উন্নতি কৰিব নোৱাৰে আৰু ধনৰ সমস্যা হয়।

দেৰিলৈ শুৱা

গৰুড় পুৰাণ মতে,যি লোকে ধনক লৈ অহংকাৰ কৰে তেনে লোকৰ ওপৰত মা লক্ষ্মী অসন্তুষ্ট হয়। এনে লোকৰ ঘৰত কেতিয়াও উন্নতি নহয়।  জীৱনত দৰিদ্ৰতাৰ আগমন হয়।

অহংকাৰ

গৰুড় পুৰাণ অনুসৰি যদি কোনো ব্যক্তিয়ে পৰিশ্ৰম নকৰে আৰু আনৰ পৰা সদায় সহায় বিচাৰে তেনে লোকৰ সফলতা লাভ নকৰে। এনে লোকৰ জীৱনত দৰিদ্ৰতা আহে।

পৰিশ্ৰম নকৰা

পঢ়িবলৈ ক্লিক কৰক 

ব্লাড চুগাৰৰ বাবে কি খাদ্য বেয়া